loader

Articles

  • Home    >
  • Latest Articles
blog_img
  • 3
  • Nov

নিজৰ প্ৰিয় ৰঙেৰে নিজক জানক

মানুহ সৰ্বদা পৰিস্থিতি, ভাগ্য আৰু কৰ্মৰ সূত্ৰেৰে বন্ধা থাকে। কোনো কোনো ক্ষেত্ৰত পৰিস্থিতি এনেকুৱা হয় যে সুচলৰূপে চলি থকা জীৱনটোতো জটিলতা আহে। আনহাতে, বহুক্ষেত্ৰত পৰিস্থিতিতে মানুহক বহু জটিলতা তথা তাৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ পৰা আঁতৰাই আনে। আমাৰ অজানিতে বহুক্ষেত্ৰত আমি কষ্ট কৰাতকৈ বেছি বা আশাতীত সফলতা লাভ কৰোঁ বা নভৱাকৈয়ে জীৱনত বহু কিবা কিবা সাৰ্থক বা নঞৰ্থক লাভ কৰোঁ। যাক ভাগ্যৰ অধীন বুলিব পাৰি। পৰিস্থিতি আৰু ভাগ্যৰ ওচৰত আমি নীৰৱ দৰ্শক।

Read More
blog_img
  • 30
  • Oct

সংখ্যাৰে ভাগ্য বিচাৰ

সংখ্যাৰে নিজৰ ভাগ্যক জানিবলৈ কৰা প্ৰয়াস বা সংখ্যাতত্বৰ বৈজ্ঞানিক ভিত্তিত কৰা বিশ্লেষণ, আধুনিক জ্যোতিষ শাস্ত্ৰৰ অভেদ্য অংগস্বৰূপ। জ্যোতিষৰ বিষয়ে চৰ্চা কৰিবলৈ যাওঁতে প্ৰথমে আমি প্ৰশ্নকৰ্তাৰ বিষয়ে সাধাৰণ তথ্য আহৰণ কৰোঁ, প্ৰশ্নকৰ্তাৰ জন্ম তাৰিখ, চন, জন্ম সময় আৰু জন্ম স্থানৰ ওপৰত ভিত্তি কৰি আধুনিক পদ্ধতিত সমাধান তথা পূৰ্বানুমান কৰা হয়। আজিকালি জ্যোতিষ চৰ্চা কৰা লোক তথা বিশ্বাস কৰা লোকৰ সংখ্যা আগতকৈ বহুগুণে বৃদ্ধি পাইছে।

Read More